Tuesday, September 30, 2014



WWW.MYCOMPOSING.IN

A Musical Journey 

Started in Assam and the journey is still on ...
We are here to provide a plateform to all who want to share their creation with others Hope, someday they'l be spotted by well established composers/producers. As of now, we'v listed two of our albums.




সংগীতৰ ক্ষেত্রত অসমীয়াৰ কর্ম সর্বভাৰতীয় পৰ্যায়ৰ। বৰগীত, বিহুগীত, তিৱাগীত সমূহ শুনিলেই গা ৰাইজাঁই কৰা বিধৰ। তেনে সুৰৰ মাজত ডাঙৰ-দীঘল হোৱা আমিসবৰ কন্ঠেৰেও স্নানাগাৰ, শোৱনী কোঠাত হয়তো কেতিয়াবা নিগৰি আহে সংগীতৰ ঢল। কিন্তু দুই-এদিনৰ ভিতৰত সেয়া হেৰাই যায় পাহৰণিৰ গর্ভত। এই ৱেবছাইটটোত আমি তেনে যিকোনো ধৰণৰ কন্ঠ বা বাদ্যযন্ত্ৰৰ সুৰ সমূহ সাঁচি ৰাখিম। উদ্দ্যেশ্য এটাই ... এদিন এই সুৰ-গান সমূহ কোনোবা প্রযোজকে ভাল পালে আমাৰ মাজত নতুন সংগীতজগতৰ তাৰকাৰ জন্ম হ'ব।